Udemy
    •  
    •  
    •  
    •  
    •  
    •  
    •  
    •  
Turn what you know into an opportunity and reach millions around the world.
Learn More
Your cart is empty.
Keep shopping
Depression FREE (Assamese)

Depression FREE (Assamese)

ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাওক
Created byBikash Kalita
Last updated 7/2023
Bangla

What you'll learn

  • ডিপ্ৰেচনৰ পৰা কেনেদৰে বাহিৰ ওলাব পাৰি
  • ডিপ্ৰেচনত ভূগি থকা মানুহে কি কি কৰিব পাৰে
  • কেনেদৰে নিগেটিভ চিন্তাবোৰক বাধা দিব পাৰে
  • কেনেদৰে আত্মহত্যাৰ নিচিনা চিন্তাবোৰক অতিক্ৰম কৰিব পাৰি

Course content

3 sections • 12 lectures • 53m total length
  • Signs of Depression (ডিপ্ৰেচনৰ চিনবোৰ)0:54
  • Why is it difficult to handle ( ডিপ্ৰেচনৰ মোকাবিলা কৰা ইমান টান কিয়?)2:07
  • Eliminate Depression (ডিপ্ৰেচন আতৰাওক)7:15
  • Suffering is a choice (যন্ত্ৰণা এটা চইচ)6:46

Requirements

  • ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাবলৈ মন থাকিলেই হ’ল

Description

আপুনি যদি ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাব বিচাৰিছে তেন্তে এই কৰ্চটোৱে আপোনাক সহায় কৰিব৷

ইয়াক সকলো সমস্যাৰে উপায় বুলি নধৰি ডিপ্ৰেচনৰ পৰা বাহিৰ ওলোৱাৰ এই যাত্ৰাৰ এক বিশ্বস্ত সংগী বুলি ধৰিব যাৰ ওপৰত আপুনি ভৰসা কৰিব পাৰে৷

আপুনি অকলশৰীয়া নহয়, মই আৰু এই কৰ্চটো আপোনাৰ লগত আছে৷


এয়া পাহাৰ বগোৱাৰ নিচিনা কথা৷ কেতিয়াবা আমি বগাব পাৰো, কেতিয়াবা পিচলি পৰোঁ৷ কেতিয়াবা আমি বগাও, কেতিয়াবা জিৰণি লও৷ প্ৰতিদিনে বগাবলৈ চেষ্টা কৰাটোহে ডাঙৰ কথা৷ হয়, আটাইতকৈ ডাঙৰ কথা হ’ল প্ৰতিদিনে যুদ্ধ কৰাটো৷ যুদ্ধত জিকিছেনে নাই সেয়া ডাঙৰ কথা নহয়৷ এই কৰ্চটোৱে আপোনাক প্ৰতিদিনে যুঁজিবলৈ সহায় কৰিব৷

আপুনি ইয়াত কিছুমান কথা শিকিব যিবোৰ কেৱল বুজি পালে হ’ল৷ আনহাতে এনে কিছুমান কথা শিকিব যিবোৰ অভ্যাস বা প্ৰেকটিছ কৰিব লাগিব৷ দুয়োটা কামেই কৰিব৷ অনুশীলৰ কৰিবলৈ দিয়া কামবোৰ প্ৰতিদিনে অনুশীলন কৰিব, সেয়া নাপাহৰিব৷

আৰু যেতিয়াই কিবা কামত অহা নতুন কথা দৰকাৰী যেন লাগে তেতিয়াই মই সেয়া কৰ্চটোৰ লগত যোগ কৰি দিম৷ সেয়া আপুনি বিনামুল্যে কৰ্চটো থকালৈকে লাভ কৰি থাকিব৷

মনত ৰাখিব এয়া এদিনৰ কাম নহয়, ইয়াৰ বাবে সময় লাগে৷ আপোনাৰ ডিপ্ৰেচন যিদৰে এদিনতে আৰম্ভ হোৱা নাই তেনেদৰে এদিনতে শেষো নহ’ব পাৰে৷ সেয়ে নিজক অলপ সময় দিব৷ এতিয়াও আপোনাৰ হাতত বহু সময় আছে৷ আপুনি মাত্ৰ সেই সময়বোৰৰ কথা, জীৱনৰ কথা অলপ বুজি পালে হ’ল আৰু সেইমতে চলিবলৈ চেষ্টা কৰিলেই হ’ল৷     

Who this course is for:

  • যিসকলে ডিপ্ৰেচনত ভূগি আছে কিন্তু তাৰ পৰা বাহিৰ ওলাবলৈ ৰাস্তা বিচাৰি পোৱা নাই