Udemy
    •  
    •  
    •  
    •  
    •  
    •  
    •  
    •  
Turn what you know into an opportunity and reach millions around the world.
Learn More
Your cart is empty.
Keep shopping
A New You (Assamese)

A New You (Assamese)

Create YOU 2.0
Created byBikash Kalita
Last updated 12/2023
Bangla

What you'll learn

  • How to develop themselves
  • How to create You 2.0
  • Tools to create a better version
  • The process that will help you to become awesome

Course content

6 sections • 17 lectures • 1h 32m total length
  • About this course1:54
  • Why upgrade2:28

Requirements

  • the hunger to learn

Description

A New You এক নতুন আপুনি

আপুনি সদায় ব্যৱহাৰ কৰা কম্পিউটাৰটো আৰু মবাইল ফোনটোৰ অপাৰেটিং চিষ্টেমটোৰ নিয়মিতভাৱে আপডেট কৰি থকা হয়৷ কেতিয়াবা আপুনি গম পাই সেয়া কৰে, কেতিয়াবা গম নোপোৱাকৈ নিজে নিজে সেয়া ঘটে৷ ফলত আপোনাৰ কম্পিউটাৰটো আৰু মবাইল ফোনটো সূচাৰু ৰূপে চলি থাকে৷ নতুন নতুন চফটৱেৰ, নতুন নতুন এপবোৰ তাত ধুনীয়াকৈ চলি থাকে, ভাইৰাছ আদি তাত সোমাই আপোনাৰ যন্ত্ৰটোৰ অনিষ্ট কৰিব নোৱাৰে৷ এনে আপডেট নকৰাকৈ থাকিলে কিছুদিনৰ ভিতৰতে কম্পিউটাৰটো আৰু মবাইল ফোনটো নচলা হ’ব আৰু নতুন নতুন ধুনীয়া এপবোৰে তাত কাম নকৰা হ’ব৷

সেয়া আমি জানো৷

কিন্তু আমাৰ মাজৰ কিমানজনে নিজৰ মূৰৰ ভিতৰত থকা অপাৰেটিং চিষ্টেমটো সময়ত আপডেট কৰে?

নে সেই আওপূৰণি, বিশ-ত্ৰিশ বা দহ বছৰ পুৰণি অপাৰেটিং চিষ্টেম এটাৰে আপুনি আজিও নিজৰ জীৱনটো চলাই আছে?

যদি আপোনাৰ জীৱনত নানা সমস্যা হৈছে তেন্তে সম্ভৱত সেই অপাৰেটিং চিষ্টেমটোৱে ভালদৰে কাম কৰা নাই বা আজিৰ সময়ৰ লগত খাপ খুৱাব পৰা নাই৷

তেনেহ’লে আপুনি বর্তমান সময়ৰ যি যি সুবিধাসমূহৰ উদ্ভৱ হৈছে, ব্যক্তিগত আৰু জীৱিকা (কেৰিয়াৰ) ক্ষেত্ৰত যিবিলাক নতুন নতুন সুবিধাবোৰৰ উদয় হৈছে, সেইবোৰ দেখা পাব, কেনেদৰে আপুনি বর্তমান সময়ত জীৱনটো সুখ, শান্তি আৰু সন্তুষ্টিৰে ভৰাই তুলিব পাৰিব?

পাৰিব জানো?

নিজকেআপডেট নকৰিলে আমাৰ যি অধিকাৰ- সুখ, শান্তি, সন্তুষ্টি- সেয়াও জানো আমি পাবলৈ সক্ষম হ’ম? আমাৰ পৰিয়ালবোৰে জানো এক আনন্দভৰা জীৱন কটাবলৈ সক্ষম হ’ব?

এই কৰ্চটোৱে আপোনাক নিজৰ জীৱনটো ভাললৈ সলনি কৰিবলৈ, আপোনাৰ এক নতুন ভাৰ্চন, ভাৰ্চন 2.0 সৃষ্টি কৰিবলৈ সহায় কৰিব ৷

এই কৰ্চটোত কি কি পাব

১৷ ভাৰ্চন 2.0 মনে কি?

২৷ আপোনাক কিয় লাগে এই ভাৰ্চনটো

৩৷ কি কি টুল আপোনাক লাগিব

৪৷ কেনেদৰে সৃষ্টি কৰিব ভাৰ্চন 2.0 ৰ

৫৷ ভাৰ্চন 2.0 সৃষ্টি কৰাৰ পিছত কি কৰিব


আপুনি লাভ কৰিব মুঠ ১৭ টা ভিডিঅ এই কৰ্চটোত ৷ গোটেই জীৱনৰ বাবে এই কেইটা আপুনি ব্যৱহাৰ কৰিব পাৰিব যেতিয়াই মন যায় তেতিয়াই নিজৰ মবাইল ফোন, টেবলেট আৰু কম্পিউটাৰৰ পৰা ৷

Who this course is for:

  • anyone interested in doing better in life